Posts

Showing posts from August, 2021

বৰ্জিত পানীৰ ব্যৱস্থাপনা | Lesson 18 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )  

  অধ্যায়- 18 বৰ্জিত পানীৰ ব্যৱস্থাপনা 1. শুদ্ধ উত্তৰটো বাছি উলিওৱা i ) বর্জিত পানী হল—  a ) বিশুদ্ধ পানী b ) এবাৰ ব্যৱহৃত পানী c ) ফটফটীয়া পানী d ) পৃষ্ঠ জল উত্তৰ : (b) এবাৰ ব্যৱহাত পানী (ii) তলৰ কোনটো পানী শোধনৰ যান্ত্রিক পদ্ধতি? a ) বর্জ্যদ্রব্য পৃথকীকৰণ b ) বর্জ্যদ্রব্যৰ পচন c ) নিবীর্জকৰণ d ) এটাও নহয় উত্তৰ  : a ) বর্জ্যদ্রব্য পৃথকীকৰণ iii ) বর্জিত পানী শোধন কেন্দ্ৰৰ তলিত জমা হােৱা দ্রব্যবিধ হ’ল—  a ) পুতি বা গেদ b ) অধঃক্ষেপ c ) পুতি - জল d ) এটাও নহয়  উত্তৰ : c ) পুতি - জল iv ) তলৰ কোনটোৱে পুতি - জলত থকা সর্বাধিক আৱৰ্জনা দূৰ কৰে ?  a ) উলম্ব দণ্ডবােৰে b ) বােকা বালি কক্ষই c ) বাতায়ন কক্ষই d ) অবক্ষেপণ টেংকে  উত্তৰ : c ) বাতায়ন কক্ষই v ) বর্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ'ব পাৰে ?  a ) ৰােগ b ) পানী যােগান ব্যৱস্থা প্ৰদূষিত c ) জল - প্ৰদূষণ d ) গােটেইবােৰ  উত্তৰ : d ) গােটেইবােৰ  2. খালী ঠাই পূৰ কৰা   i ) পানীৰ বিশুদ্ধিকৰণ মানে হ’ল পানীৰপৰা ________নিমূলকৰণ ।  উত্তৰ  ...

অৰণ্যজাত সামগ্ৰী | Lesson 17 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB ) অৰণ্যজাত সামগ্ৰী Assam Jatiya Bidyalay নতুন বিজ্ঞান

  অৰণ্যজাত সামগ্ৰী | Lesson 17 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )      অৰণ্যজাত সামগ্ৰী    Assam Jatiya Bidyalay               নতুন বিজ্ঞান অধ্যায়- 17 অৰণ্যজাত সামগ্ৰী প্রশ্ন : খালী ঠাই পূৰ কৰা (i) সম্পূৰ্ণ অৰণ্যৰ ওপৰত নীৰ্ভৰশীল এক সম্প্ৰদায় হ’ল উত্তৰ : জাৰৱা। (ii) অৰণ্যৰ গুল্ম প্ৰতীক উদ্ভিদে আবৰা স্তৰটোক –– বোলে। উত্তৰ : নিম্নস্তৰ। (iii) পৃথিৱীৰ আটাইতকৈ বেছি জৈববৈচিত্ৰ থকা অৰণ্য হ'ল । উত্তৰঃ ক্রান্তীয় বৰ্ষাৰণা। (iv) কীউ, পতংগ, মৌমাখি, পখিলা আৰু চৰায়ে উদ্ভিদৰ______সহায় কৰে উত্তৰ : পৰাগযোগত। (v) বিভিন্ন অণুজীৱ, ভেঁকুৰ, বেক্টেৰিয়া, এক্টিন মাইছিটিছ আদিবোৰ হ’ল অৰণাৰ উত্তৰ : বিয়োজক। প্ৰশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয়? (a) আঠা (c) লা (b) প্লাইউড (d) কোচিন তেল উত্তৰ: (d) কোচিন তেল। (ii) তলৰ কোনটো বাক্য শুদ্ধ নহয়? (a) অশ্যই ভূমিস্খলন আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে...

পানী এক অমূল্য সম্পদ | Lesson 16 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB ) 

  পানী এক অমূল্য সম্পদ | Lesson 16 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।  i ) তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় ?  a ) বৰফ b ) ধোঁৱা c ) নিয়ৰ d ) জলীয় বাষ্প উত্তৰ : b ) ধোঁৱা ii ) উদ্যোগত পানীৰ ব্যৱহাৰ হ'ল— a ) কেঁচা সামগ্ৰী হিচাপে b ) দ্রাবক হিচাপে c ) শীতলকাৰক হিচাপে d ) সকলােবােৰ উত্তৰ : d ) সকলােবােৰ iii ) ভূ - জলস্তৰ অৱনমনৰ কাৰণ হ'ল—  a ) বনাঞ্চল ধ্বংসকৰণ b ) বর্ধিত জনসংখ্যা c ) কৃষি কার্য  d ) সকলােবােৰ  উত্তৰ : a ) বনাঞ্চল ধ্বংসকৰণ iv ) পানী সংৰক্ষণৰ এটা পদ্ধতি হল—  a ) বৰষুণৰ পানী সংৰক্ষণ b ) বনাঞ্চল ধ্বংসকৰণ c ) কৃষি কার্য  d ) বর্ধিত জনসংখ্যা  উত্তৰ : a ) বৰষুণৰ পানী সংৰক্ষণ v )তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?   a ) উদ্যোগজাত বিকাশ b ) জনসংখ্যা বৃদ্ধি c ) প্ৰচুৰ বৰষুণ d ) পানীৰ উৎসসমূহৰ অপৰিকল্পিত ব্যৱস্থাপনা ।  উত্তৰ : c ) প্ৰচুৰ বৰষুণ vi ) তলৰ কোনটো উক্তি সত্য ?  a ) পৃথিৱীৰ হ্রদ আৰু নদী...

জলবায়ু আৰু প্ৰাণীৰ অভিযোজন | Lesson 15 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )

জলবায়ু  আৰু প্ৰাণীৰ অভিযোজন | Lesson 15 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB ) 1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।  i ) বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ'ল   a ) ৰেইন গজ  b ) বেৰ মিটাৰ c ) হাইগ্র মিটাৰ d ) এনেম মিটাৰ উত্তৰ : b ) বেৰ মিটাৰ ii ) মৰু অঞ্চলৰ জলবায়ু  a ) গৰম আৰু শুকান    b ) গৰম আৰু সেমেকা  c ) ঠাণ্ডা আৰু সেমেকা   d ) ঠাণ্ডা আৰু শুকান  উত্তৰ : a ) গৰম আৰু শুকান iii ) ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য থকা ঠাই হ'ল—  a ) উত্তৰ - পূব ভাৰত b ) ৰাজস্থান c ) মধ্যপ্রদেশ   d ) ঝাড়খণ্ড  উত্তৰ : a ) উত্তৰ - পূব ভাৰত 2. খালী ঠাই পূৰ কৰাঁ ।  a ) বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ'ল________।  উত্তৰ : সূর্য। b ) পেংগুইন চৰাই ________বাস কৰে ।  উত্তৰ : মেৰু অঞ্চলত c ) মেঘালয়ৰ জলবায়ু _______আৰু________  । উত্তৰ : শীতল আৰু সেমেকা। d ) বগা ভালুকৰ_______ তলত এটা ডাঠ চর্বীৰ তৰপ থাকে ।  উত্তৰ : ছালৰ প্রশ্ন : বতৰ কাক বোলে ?...

বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ | Lesson 14 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )

বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ | Lesson 14 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB ) প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (a) বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম (i) এনেম মিটাৰ (ii) উইণ্ড ভেন (iii) বেৰ মিটাৰ (iv) থাৰ্ম'মিটাৰ উত্তৰ : (ii) উইণ্ড ভেন (b) বতাহৰ দ্ৰুতি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম— (i) এনেম'মিটাৰ (ii) উইণ্ড ভেন (iii) বেৰ মিটাৰ (iv) থাৰ্ম'মিটাৰ উত্তৰ : (i) এনেম মিটাৰ (c) বিউফর্ট স্কেলত ধুমুহাৰ স্থান কেই নম্বৰত ? (i) 3 (ii) 6 (iii) 7 (iv) 11 উত্তৰ : (iv) 11 (d) বায়ু....... (i) বেছি উষ্ণতাৰ ঠাইৰপৰা কম উষ্ণতাৰ ঠাইলৈ বৈ যায়। (ii) কম উষ্ণতাৰ ঠাইৰপৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায়৷ (iii) সমান উষ্ণতাৰ এখন ঠাইৰপৰা আন এখন ঠাইলৈ ৰৈ যায়। (iv).....(i) আৰু (ii) দুয়োটাই শুদ্ধ উত্তৰ : (i) বেছি উষ্ণতাৰ ঠাইৰপৰা কম উষ্ণতাৰ ঠাইলৈ বৈ যায়। (e) কোনো ঠাইত বায়ুৰ পৰিমাণ কমি গ'লে বায়ুৰ চাপ (i) বাঢ়ে (ii) কমে (iii) এবাৰ বাঢ়ে আৰু এবাৰ কমে (iv) ওপৰৰ এটাও নহয় উত্তৰ : (ii) কমে প্রশ্ন 2 ...

পোহৰ | Lesson 13 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )  পোহৰ

পোহৰ | Lesson 13 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )  পোহৰ পোহৰ এবিধ শক্তি। পোহৰৰ সহায়ত আমি দেখা পাওঁ পোহৰ দেখা পোৱা নাযায়। ই এবিধ অতি স্বচ্ছ বস্তু। পোহৰে সদায় সৰলৰেখাত গতি কৰে। পোহৰৰ আপতন আৰু প্ৰতিফলন হয়। পোহৰ বিভিন্ন উৎসৰপৰা সৃষ্টি হয়। পোহৰৰ উৎসবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট হ’ব পাৰে পোহৰ আটাইতকৈ ডাঙৰ উৎস হ’ল সূর্য। এই সূৰ্যৰপৰাই সকলো পোহৰ আৰু সকলো শক্তিৰ সৃষ্টি হৈছে পৃথিৱীত। নিজে পোহৰ দিব পৰা বস্তুবোৰক দীপ্তিমান বস্তু বোলে। মানৱসৃষ্ট দীপ্তিমান বস্তু কিছুমান হ'ল– লেম্প, বাল্ব, টিউব আদি। এইবোৰ বস্তু পৃথিৱীৰ প্ৰতিঘৰ মানুহৰ ঘৰতে ব্যৱহাৰ হয়। কাৰণ পোহৰৰ অবিহনে আমি কোনো বস্তুৱে দেখা নাপাওঁ। পোহৰে স্বাচ্ছ বস্তুৰ মাজেৰে পাৰ হৈ যায়। অর্ধস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যায়। বিশুদ্ধ পানী, স্বচ্ছ কাঁচ, বায়ুৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায়। বায়ুৰ মাজেৰে পোহৰ প্ৰতি ছেকেণ্ডত তিনি লাখ কিলোমিটাৰ বেগত যায়। অর্ধস্বচ্ছ বা ঈষৎ স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হয়। পোহৰৰপৰা তাপৰো সৃষ্টি হয়। প্রশ্ন 1 : শুদ্ধ উত্তৰটো...

অৰণ্যজাত সামগ্ৰী | Lesson 17 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )      অৰণ্যজাত সামগ্ৰী    Assam Jatiya Bidyalay               নতুন বিজ্ঞান অধ্যায়- 17 অৰণ্যজাত সামগ্ৰী প্রশ্ন : খালী ঠাই পূৰ কৰা (i) সম্পূৰ্ণ অৰণ্যৰ ওপৰত নীৰ্ভৰশীল এক সম্প্ৰদায় হ’ল উত্তৰ : জাৰৱা। (ii) অৰণ্যৰ গুল্ম প্ৰতীক উদ্ভিদে আবৰা স্তৰটোক –– বোলে। উত্তৰ : নিম্নস্তৰ। (iii) পৃথিৱীৰ আটাইতকৈ বেছি জৈববৈচিত্ৰ থকা অৰণ্য হ'ল । উত্তৰঃ ক্রান্তীয় বৰ্ষাৰণা। (iv) কীউ, পতংগ, মৌমাখি, পখিলা আৰু চৰায়ে উদ্ভিদৰ______সহায় কৰে উত্তৰ : পৰাগযোগত। (v) বিভিন্ন অণুজীৱ, ভেঁকুৰ, বেক্টেৰিয়া, এক্টিন মাইছিটিছ আদিবোৰ হ’ল অৰণাৰ উত্তৰ : বিয়োজক। প্ৰশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয়? (a) আঠা (c) লা (b) প্লাইউড (d) কোচিন তেল উত্তৰ: (d) কোচিন তেল। (ii) তলৰ কোনটো বাক্য শুদ্ধ নহয়? (a) অশ্যই ভূমিস্খলন আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে। (b) এখন অৰণ্যৰ জীৱ-জত্ব্য আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয়। (c) অৰণ্যই জলাশয় আৰু জলচক্ৰত প্ৰভাৱ পেলায়। (d) অৰণ্যৰ ভূমি অংশই উদ্ভিদৰ পুনৰ বৃদ্ধিত সহায় কৰে। উত্তৰ : (b) এখন অৰণ্যৰ জীৱ-জন্তু আৰু উদ্ভিদ ইটোৱে আনটোৰ নিৰ্ভৰশীল নহয় ওপৰত (iii) অৰণ্যৰ উদ্ভিদবোৰৰ উপৰিভাগত থকা ডাল-পাতেৰে আৱৰা অংশটোক কি বোলা হয়? (a) ত্রিভূজ (b) বৃত্ত (c) মুকুট (d) চতুৰ্ভূজ উত্তৰ : (c) মুকুট। (iv) অৰণ্যত বাস কৰা বাঘ এবিধ (a) উৎপাদক (b) বিয়োজক (c) উপভোক্তা (d) পৰজীৱী প্রাণী উত্তৰ ঃ (c) উপভোক্তা। (v) অৰণ্যৰ উদ্ভিদৰ শক্তি আহৰণৰ প্ৰধান উৎস (a) চন্দ্র (b) সূৰ্য্য (c) বায়ু (d) পানী উত্তৰ : (b) সূৰ্য্য। প্রশ্ন : চমু উত্তৰ লিখা (a) কেন'পি বুলিলে কি বুজা? উত্তৰ : বৃক্ষবোৰৰ উপৰিভাগৰ ডাল-পাতেৰে আৱৰা অংশটোৱে ঘৰৰ ছালৰ। দৰে কাম কৰে। ইয়াক কেন'পি (Canopy) বুলি কোৱা হয়। (b) অৰণ্যৰ বিভিন্ন স্তৰসমূহ কি কি? উত্তৰ : অৰণ্যৰ বিভিন্ন স্তৰসমূহ হ'ল— শীৰ্ষ স্তৰ (Emergent layer), মধ্য স্তৰ (Canopy layer), নিম্ন স্তৰ (Understory layer) আৰু ভূমি সংলগ্ন স্তৰ (Herb layer) (c) বায়ু প্ৰদূষণ ৰোধত অৰণ্যৰ গুৰুত্ব কি? উত্তৰ : বায়ু প্ৰদূষণ ৰোধত অবশ্যই বিশেষ গুরুত্ব প্রদান কৰে। উদ্ভিদৰ সালোকসংশ্লেষণত যথেষ্ঠ পৰিমাণে অক্সিজেন গেছ উৎপন্ন হয়। বায়ুমণ্ডলত অক্সিজেন বিমানে থাকিং, সিমানে বায়ুমণ্ডল বিশুদ্ধ হৈ থাকে৷ যেতিয়া অৰণ্যত গছৰ সংখ্যা কমি যাব, তেতিয়া অক্সিজেনৰ পৰিমাণ কমি যাব। তেতিয়া বায়ুমণ্ডল দূষিত বায়ুৰে ভৰি পৰিব আৰু ফলত বায়ু প্ৰদূষণ হ'ব। (d) পচন সাৰ বুলিলে কি বুজা? উত্তৰ : গছৰ সৰা ডাল-পাত, পেলনীয়া জাৱৰ জোখৰ আদি গাঁত খান্দি পুতি থলৈ সেইবোৰ পচি সাৰ উৎপন্ন হয়। এই সাৰকে পচন সাৰ বোলে। ই এবিধ উত্তম সাৰ। (e) ঘৰ সাজিবলৈ অৰণাৰ কি কি সামগ্ৰগ্ৰী ব্যৱহাৰ কৰা হয় ? উত্তৰ ঃ ঘৰ সাজিবলৈ ব্যৱহাৰ কৰা বাঁহ, বেত, কাঠ আদি অৰণ্যৰ পৰা সংগ্ৰহ কৰা হয়। প্ৰশ্ন 4 উত্তৰ লিখা: (a) বিয়োজক বুলিলে কি বুজা? যিকোনো দুবিধ বিয়োজকৰ নাম লিখা | অৰণ্যত বিয়োজকৰ ভূমিকা ? উত্তৰ : যিয়ে পৰিপুষ্টি যোগান ধৰে, সেয়াই বিয়োজক। দুধি বিয়োজক হ’ল ভেঁকুৰ আৰু বেক্টেৰিয়া। অৰণ্যত থকা বিয়োজকবোৰে অৰণ্যক পৰিপুষ্টি প্ৰদান কৰে। ভেঁকুৰ, বেক্টেৰিয়া, অণুজীব, এক্টিন মাইছিটিচ আদি অৰণ্যত উপলব্ধ বিয়োজক। (b) প্রকৃতিত অক্সিজেন আৰু কার্বন-ডাই-অক্সাইডৰ সমতা বজাই ৰখাত অৰণ্যৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। উত্তৰঃ প্ৰকৃতিত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা বজাই ৰখাত উদ্ভিদে এক বিশেষ ভূমিকা পালন কৰে। বায়ুমণ্ডলত অক্সিজেনৰ উৎপত্তি হয় উদ্ভিদৰ পৰা। উদ্ভিদে যেতিয়া সালোক সংশ্লেষণ কৰে, তেতিয়া যথেষ্ঠ পৰিমাণে অক্সিজেন গেছ উৎপন্ন হয়। বায়ুমণ্ডলৰ 21% শতাই হ’ল অক্সিজেন আৰু এক ক্ষুদ্র পৰিমাণৰ প্ৰায় 0.07% কার্বন-ডাই-অক্সাইড থাকে। কিন্তু যেতিয়া প্ৰকৃতিত উদ্ভিদৰ সংখ্যা কমি যাব, তেতিয়া বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব আৰু তাৰ ফলত কার্বন-ডাই-অক্সাইড আৰু অন্য বিষাক্ত গেছৰ পৰিমাণ বাঢ়ি যাব। ফলত মানুহ, জীৱ-জন্ত আদিৰ নানা সমস্যা হ'ব। গতিকে অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা ৰক্ষাৰ ক্ষেত্ৰত উদ্ভিদে এক গুরুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। (c) 'এখন অৰণ্যত কোনো বর্জনীয় সামগ্রী নাথাকে বহলাই লিখা। উত্তৰ: 'এখন অৰণ্যত কোনো বজ্ৰীয় সামগ্রী নাথাকে। এই কথাষাৰৰ অৰ্থ হ'ল যে অৰণ্যত সৃষ্টি হোৱা প্ৰতিটো বস্তৱেই আমাৰ বাবে অতি দৰকাৰী। উদাহৰণস্বৰূপে অৰণ্যৰ মুখ্য উপাদান উদ্ভিদৰ গা-গাছৰ পৰা কাঠ হয়, শিপা, ডাল আদি আমি খৰি কৰিব পাৰো আৰু পাত বা অবশিষ্ট যিকোনো অংশে মাটিক লগত মিলি গৈ পচন সাৰ হয় আৰু হিউমাৰ সৃষ্টি কৰে। আকৌ উদ্ভিদৰ পৰাই অক্সিজেন উৎপন্ন হয়। আনহাতে অৰণ্যত থকা বিভিন্ন চৰাই-চিৰিকতি, জীৱ জস্তু আদিয়ে আমাৰ খাদ্য শৃংখল বজাই ৰখাৰ লগতে এইবোৰে প্ৰকৃতিৰ সৌন্দৰ্য বর্ধন কৰে। অৰণ্যত থকা অণুজীৱবোৰেও আনকি বিয়োজক হিচাপে কাম কৰে। (d) তোমাৰ দৃষ্টিত অৰণ্য ধ্বংসৰ কাৰণসমূহৰ বৰ্ণনা কৰা। তুমি অৰণা ধ্বংস ৰোধ কৰিবলৈ কি কি প্রচেষ্টা ল’বা বহলাই লিখা। উত্তৰঃ অৰণা ধ্বংসৰ মূল কাৰণসমূহ হ'ল (ক) বনাঞ্চল ধ্বংসকৰণ চোৱা সকলে হাবিৰ পৰা যধে-মধে গছ কাটি ধ্বংস কৰিব ধৰিছে৷ ইয়াৰোপৰি মানুহে পাহাৰ-পৰ্বত, সমতল আদি বিভিন্ন ঠাইত গছ কাটি ঘৰ বনাবলৈ ধৰিছে। (খ) ঔদ্যোগীকৰণ আজিকালি বিভিন্ন ঠাইত বিভিন্ন উদ্যোগ-কাৰখানা আদি গঢ়ি উঠিছে। এই উদ্যোগবোৰে যথেষ্ঠ ঠাই দখল কৰি আহিছে। এইবোৰেও বনাঞ্চল ধ্বংসৰ অন্যতম কাৰণ। (গ) ভূমিস্খলন : বৰষুণ আহিলে পাহাৰীয়া ঠাইকেৰত ভূমিস্খলন হোৱা দেখা যায়। পাহাবৰ ওপৰৰ পৰা খুব জোৰেৰে পানীবোৰ বাগৰি আছে। তেতিয়া পানীৰ লগতে মাটিও খহি আহে আৰু কেতিয়াবা শিলো খহি আহে। তেতিয়া অৰণাৰ বহুতো সৰু সৰু গছপুলি আদি ধ্বংস হোৱা দেখা যায়। অৰণ্য ধ্বংস ৰোধ কৰিবলৈ হ'লে তলত উল্লেখ কৰা প্ৰচেষ্টা সমূহ হাতত ল'ব লাগিব (ক) যথে-মধে গছ কাটিব নালাগে। (খ) বৃক্ষ ৰোপন কৰিব লাগে (গ) ঔদ্যোগীকরণ কিছুমান বিশেষ ঠাইতহে কৰিব লাগে। (ঘ) ভূমিস্খলনৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। (৫) অৰণ্য বুলিলে কি বুজা? অৰণ্যৰ উৎপাদিত সামগ্ৰীবোৰ কেইভাগত বিভক্ত কৰিব পাৰি? উদাহৰণৰ সৈতে বৰ্ণনা কৰা। উত্তৰ : অৰণ্য হ'ল অসংখ্য গছ-গছনি, জীৱ-জন্তু, কীট-পতংগ, ভেঁকুৰ, শেলুৱৈ, লাইকেন আৰু বিভিন্ন অণুজীৱৰ সমষ্টি। এখন অৰণ্যত বিভিন্ন আকৃতিৰ উদ্ভিদ থাকে। আটাইতকৈ ওখ গছবোৰ হ’ল শীর্ষ স্তৰৰ উদ্ভিদ (Emergent layer)। অৰণ্যত থকা নিয়মীয়া উচ্চতাৰ গছবোৰে মধ্যস্তৰ (Canopy layer) গঠন কৰে। শীৰ্ষ স্তৰৰ গছবোৰৰ উচ্চতা মধ্য স্তৰৰ গছতকৈ বেছি হয়। মধ্য স্তৰৰ তলতে হ’ল নিম্ন স্তৰ (Understory layer)। গছৰ পুলি আৰু সৰু সৰু উদ্ভিদে এই স্তৰটো গঠন কৰে। ইয়াৰ তলৰ স্তৰটো হ'ল ভূমি সংলগ্ন স্তব (Herb layer)। অৰণ্যত গছ-গছনিৰ পৰা উৎপাদিত সামগ্ৰীসমূহক সাধাৰণতে দুভাগত বিভিক্ত কৰা হৈছে। এৱিব হ’ল কাঠজাতীয় সামগ্রী (Timber products) আৰু আনবিধ হ’ল কাঠ বাদে অন্যান্য সামগ্রী (Non-timber forest product, NTFP)! যিবোৰ উদ্ভিদ কাঠ আহৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়, সেইবোৰক কাঠ জাতীয় সামগ্রী বোলে। উদাহৰণস্বৰূপে আমাৰ ৰাজ্যত পোৱা শাল, চেওন, গমাৰি, তিতাচপা, কনচোম, হলখ, এজাৰ ইত্যাদি মূল্যবান উদ্ভিদ। এইবোৰৰ পৰা উৎপাদন কৰা কাঠ আমি আচবাব, দর্জা, খিৰিকী আদি সজাত ব্যৱহাৰ কৰা আনহাতে যিবোৰ উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী (যেনে— সুতা, ধুনা, আঠা, ঔষধ, ৰঞ্জক পদার্থ, টেনিন, ৰেজিন, মছলা, সুগন্ধি দ্ৰব্য আদি) পোৱা যায় সেইবোৰক কাঠ বাদে অন্যান্য সামগ্রী বোলা হয়। বাঁহ, বেত, ঝাৰু গছ আদিও এই শ্ৰেণীৰ সামগ্ৰী। অতিৰিক্ত প্রশ্নোত্তৰ প্রশ্ন : এটা দ্বীপপুঞ্জৰ নাম লিখা। উত্তৰ: আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। প্রশ্ন : জাৱা কি? উত্তৰ : জাৰৱা হ'ল আন্দামান আৰু নিকোবর দ্বীপপুঞ্জত হয়। এটা মানক প্রজাতি। প্রশ্ন : ঠফুল ? উত্তৰ : কাঠফুলা এবিধ ঢেঁকুৰ। সাধাৰণতে গজা কাঠফুলাবোৰ বিষাক্ত। এইবোৰ খালে মানুহৰ মৃত্যুও হ'ব পানে। কিন্তু এবিধ কাঠফুলা খাবণ্ড পাৰি। মানুহে ইয়াৰ খেতি কৰে। এই কাঠফুলা বিধ বজাৰত কিনিব পায়। প্রশ্ন 4 কাজিৰঙা কিহৰ বাবে বিখ্যাত? উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত৷ প্রশ্ন 5 কাজিৰঙাত কি প্রকল্প আছে? উত্তৰ : কাজিৰঙাত ব্যাঘ্র প্রকল্প আছে। প্রশ্ন 6ঃ অসমৰ হাবিত পোৱা কেইবিধমান জীৱ-জন্তুৰ নাম লিখা। উত্তৰ: অসমৰ হাধিত পোৱা কেইবিধমান জীৱ-জন্তু হ’ল বাঘ, সিংহ, গড়, ভালুক, হৰিণা, বান্দৰ, কেৰ্কেটুৱা, বিভিন্ন প্ৰজাতিৰ চৰাই আদি। প্রশ্ন 7 অৰণ্যৰ পৰা আমি কি কি বস্তু পাও উত্তৰ : অৰণ্যৰ পৰা আমি খাদ্য, বস্তু আৰু বাসস্থানৰ আহিলা আদি পাও। প্রশ্ন ৪ অৰণ্যৰ গছবোৰক কেইটা ভাগত বিভক্ত কৰা হৈছে? উত্তৰঃ অৰণ্যৰ গছবোৰক চাৰিটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ – বৃদ্ধ, শুল্ম, তৃণ আৰু লতাজাতীয় উদ্ভিদ। ইয়াৰ উপৰি কিছুমান পৰাশ্রয়ী

অৰণ্যজাত সামগ্ৰী | Lesson 17 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay   অধ্যায়- 17 অৰণ্যজাত সামগ্ৰী প্রশ্ন : খালী ঠাই পূৰ কৰা (i) সম্পূৰ্ণ অৰণ্যৰ ওপৰত নীৰ্ভৰশীল এক সম্প্ৰদায় হ’ল উত্তৰ : জাৰৱা। (ii) অৰণ্যৰ গুল্ম প্ৰতীক উদ্ভিদে আবৰা স্তৰটোক –– বোলে। উত্তৰ : নিম্নস্তৰ। (iii) পৃথিৱীৰ আটাইতকৈ বেছি জৈববৈচিত্ৰ থকা অৰণ্য হ'ল । উত্তৰঃ ক্রান্তীয় বৰ্ষাৰণা। (iv) কীউ, পতংগ, মৌমাখি, পখিলা আৰু চৰায়ে উদ্ভিদৰ______সহায় কৰে উত্তৰ : পৰাগযোগত। (v) বিভিন্ন অণুজীৱ, ভেঁকুৰ, বেক্টেৰিয়া, এক্টিন মাইছিটিছ আদিবোৰ হ’ল অৰণাৰ উত্তৰ : বিয়োজক। প্ৰশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয়? (a) আঠা (c) লা (b) প্লাইউড (d) কোচিন তেল উত্তৰ: (d) কোচিন তেল। (ii) তলৰ কোনটো বাক্য শুদ্ধ নহয়? (a) অশ্যই ভূমিস্খলন আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে। (b) এখন অৰণ্যৰ জীৱ-জত্ব্য আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয়। (c) অৰণ্যই জলাশয় আৰু জলচক্ৰত প্ৰভাৱ পেলায়। (d) অৰণ্যৰ ভূমি অংশই উদ্ভিদৰ পুনৰ বৃদ্ধিত সহায় কৰে। উত্তৰ : (b) এখন অৰণ্যৰ জীৱ-জন...

বিদ্যুত | Lesson 12 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | অধ্যায়- 12

  বিদ্যুত | Lesson 12 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | অধ্যায়- 12 বিদ্যুৎ বিদ্যুৎ এবিধ শক্তি। পানীৰ পৰা এই শক্তি উৎপন্ন কৰা হয়। কিছুমান ঠাইত আকৌ বায়ুকলৰ সহায়ত বায়ুৰ পৰাও বিদ্যুৎ উৎপন্ন কৰা হয়। বিদ্যুৎ উৎপাদন কৰি উৎপাদন কেন্দ্ৰৰ পৰা মানুহৰ ঘৰ, কল-কাৰখানা আদি বিভিন্ন ঠাইত যোগান ধৰা হয়। বিদ্যুৎ যোগানৰ বাবে তাঁৰৰ ব্যৱহাৰ কৰা হয়। তাঁৰৰ সহায়ত বিদ্যুৎ প্রবাহিত হয়। বিদ্যুতে আমাক যথেষ্ট সহায় কৰি আহিছে। বিদ্যুতে আমাক পোহৰ দিয়ে আমি ঘৰত ব্যৱহাৰ কৰা লাইট, ফেন, টেলিভিছন, ইস্ত্রি আদি সকলো বিদ্যুতৰ সহায়তে চলে। ইয়াৰ উপৰি বিভিন্ন কল কাৰখানাবোৰ বিদ্যুতৰ সহায়তে চলে। ৰে’লগাড়ী, বাছ আদিও বিদ্যুতৰ সহায়ত চলে। গতিকে বিদ্যুতৰ ব্যৱহাৰ অপৰিসীম। বিদ্যুতৰ অবিহনে আমাৰ জাতীয় জীৱন সম্পূর্ণ বেলেগ হৈ পৰিব। প্রশ্ন 1 : চমু উত্তৰ দিয়া : (a) টর্চ লাইট এটাত কিহে বিদ্যুতৰ যোগান ধৰে? উত্তৰ : টর্চ লাইট এটাত তাত থকা বেটাৰীয়ে বিদুত্তৰ যোগান ধৰে। উত্তৰ : বৈদ্যুতিক বর্তনী এটাৰ মূল উপাংশ চাৰিটা। সেইকেইটা হ'ল বিদ্যুতৰ উৎস, মূল আহিলাবিধ, ছুইটচ, আৰু পৰিবাহী। (b) বর্তনী এটাত...