Posts

Showing posts from June, 2021

নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ ৪ : প্ৰাণী আৰু উদ্ভিদত দ্রব্যৰ পৰিবহণ : অসম জাতীয় বিদ্যালয়

Class 7 সপ্তম শ্ৰেণী  পাঠ ৪ : প্ৰাণী আৰু উদ্ভিদত দ্রব্যৰ পৰিবহণ সাধাৰণতে কোনো বস্তু এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিয়াটোকে পৰিবহণ বোলে। মানুহে বা গাড়ী মটৰে বিভিন্ন বস্তু কঢ়িয়াই নিয়ে। উৰাজাহাজ, ৰেলগাড়ী আদিয়েও বস্তু বা মানুহ আদি কঢ়িয়ায়। তাঁৰবোৰে বিদ্যুৎ পৰিবহণ কৰে। কিছুমান পদার্থই তাপ পৰিবহণ কৰে। জীৱদেহত পানী, খাদ্যবস্তু আদিৰ পৰিবহণ হয় ইত্যাদি। প্রশ্ন 1: খালী ঠাই পূৰ কৰা : (i) তেজ প্ৰধানকৈ ........ অংশৰে গঠিত। উত্তৰ : 2টা। (ii) ........ সহায়ত হৃদস্পন্দনর শব্দ বর্ধিত ৰূপত শুনিব পাৰি। উত্তৰ : ষ্টেথ'স্ক’পৰ।  (iii) তেজৰ ৰঙা ৰঞ্জক পদার্থবিধ হ’ল .........   | উত্তৰ: হিম’গ্ল’বিন। (iv) .........আৰু .......... লগলাগি উদ্ভিদৰ সংবহনতন্ত্র গঠিত হৈছে উত্তৰ : জাইলেম আৰু ফ্ল’ৱেম। (v) মানুহৰ হৃদযন্ত্রত ............ কোঠালি থাকে। উত্তৰ : চাৰিটা। প্রশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) নিম্নলিখিত কোনবিধ উদ্ভিদ কলা পানী আৰু খনিজ লবণ পৰিবহণৰ লগত জড়িত ?  (a) জাইলেম  (b) ফ্ল'ৱেম  (c) ক্লৰ প্লাষ্ট  (d) পত্ৰৰন্ধ্র  উত্তৰ : (a) জাইলেম (ii) তেজৰ কোনবিধ কোষ...

নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী পাঠ ৩ : অধ্যায়- 3 : শ্বাস-প্রশ্বাস : অসম জাতীয় বিদ্যালয়

Class 7 সপ্তম শ্ৰেণী  পাঠ ৩ : অধ্যায়- 3 শ্বাস-প্রশ্বাস সকলো প্ৰাণী আৰু উদ্ভিদে উশাহ-নিশাহ লয়। প্রাণীয়ে উশাহত বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। ঠিক তেনেকৈ উদ্ভিদে উশাহত বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। এই প্রক্রিয়াটোৱে হ’ল শ্বাস-প্রশ্বাস। শ্বাস-প্রশ্বাসৰ লগত আমাৰ বিভিন্ন অংগ জড়িত হৈ থাকে। এক বিশেষ প্ৰক্ৰিয়াৰে এই কার্য সম্পন্ন হয়। প্রশ্ন 1: খালী ঠাই পূৰ কৰা : (i) কোষীয় শ্বসনত খাদ্যৰ –অণু ভাঙি গৈ শক্তি উৎপন্ন হয়। উত্তৰ : গ্লুক'জ। (ii) ইষ্ট কোষত হোৱা অবাত শ্বসনক -ও বোলা হয়।। উত্তৰ: কোষীয় শ্বসন (iii) পেটৰ ভিতৰত থকা - নামৰ, পেশীৰে গঠিত অংশটোৱে উশাহ-নিশাহত সহায় কৰে। উত্তৰ : মধ্যচ্ছদা (iv) উদ্ভিদৰ পূৰঠ কাণ্ডৰ বাকলিত থকা নামৰ ছিদ্ৰৰ দ্বাৰা পৰিৱেশৰ লগত বায়ুৰ বিনিময় হয়। উত্তৰ : বাতৰন্ধ্র (v) সাগৰৰ পাৰৰ মেংগ্ৰুভ গছৰ শিপা –ৰ বাবে মাটিৰ ওপৰলৈ ওলায় | উত্তৰ : শ্বাসক্রিয়া প্রশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) পেশীকোষত হোৱা অবাত শ্বসনত কোনবিধ পদার্থ সৃষ্টি হয়? (a) হাইড্ৰ...