Class 8 NCERT : General Science (Assam)
শস্য় উৎপাদণ আৰু ব্য়ৱস্থাপনা অধ্যায় ঃ ১ ১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালি ঠাই পূৰ্ণ কৰা । ওপঙি , পানী, শস্য , পোষক দ্ৰব্য, চহোৱা (ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয় । (খ) শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয় । (গ) নষ্ট হোৱা বীজৱোৰ পানীত ওপঙি থাকে । (ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষকদ্ৰব্য আৰু পানী প্ৰয়োজন হয় । ২) 'ক' স্তম্ভৰ 'খ' স্তম্ভ মিলোৱা - উত্তৰ ঃ (ক) (খ) (i) খাৰিফ শস্য ---- ঙ) ধান আৰু যৱ (ii) ৰবি শস্য --- ঘ) ঘেঁহু, বুট, মটৰ মাহ (iii) ৰাসায়নিক সাৰ --- খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট (iv) জৈৱিক সাৰ ---- গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ ...