নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ 5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ : অসম জাতীয় বিদ্যালয়, উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ
অধ্যায়-5 উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) এজোপা উদ্ভিদৰ মুখ্য প্রজনন অংগ হ'ল (a) ডাল (b) পাত (c) মুকুল (d) ফুল উত্তৰ : (a) ফুল (ii) পুং আৰু স্ত্রী জননকোষৰ মিলনক কি বুলি জনা যায়? (a) নিষেচন (b) পৰাগযোগ (c) বীজৰ গঠন (d) মুকুলন উত্তৰ : (a) নিষেচন (iii) মৃদগত কাণ্ডৰ কি অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়? (a) শুল্কপত্র (b) গাঁঠি (c) মুকুল (d) শিপা উত্তৰ : (b) গাঁঠি (iv) পূৰঠ ডিম্বাশয়ে গঠন কৰে (a) বীজ (b) জননকোষ ((c) ভ্ৰুণ (d) ফল উত্তৰ : (a) বীজ (v) ফুলৰ কি অংশৰ পৰা ফলৰ সৃষ্টি হয়? (a) বৃতি (b) গর্ভমুণ্ড (c) পৰাগধানী (d) গর্ভাশয় উত্তৰ : (b) গৰ্ভমুণ্ড প্রশ্ন 2 : খালী ঠাঁই পূৰ কৰাঁ ঃ (i) পুংকেশৰৰ পৰাগৰেণু গৰ্ভমুণ্ডত থিতাপি লোৱাকে ........ বোলে। উত্তৰ : পৰাগযোগ। (ii) পুং আৰু স্ত্রী জননকোষৰ মিলনক ........ বোলে। উত্তৰ : নিষেচন। (iii) উদ্ভিদদেহৰ অংশৰপৰা নিষেচন নোহোৱাকৈ অন্য উদ্ভিদ সৃষ্টি হোৱা ক্ৰিয়াক ........ বোলে। উত্তৰ: অযৌন প্রজনন। প্রশ্ন 3 : চমু উত্তৰ দিয়া (i) যৌন প্রজনন বুলিলে কি বুজা? উত্তৰ : উদ্ভিদ প্রজনন ...